পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ফাগুন

গোপনে আহি
চুই দিলে
ৰূপহী কুঁৱৰীৰ গালত

লাজতে নে
অনুৰাগতে

হেঁপাহৰ ৰঙীণ চৰাইবোৰ উৰিছে আকাশত

সেউজীয়াৰ দৰে / ৩৪