পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চকুলো

দুঃখবোৰ পকি পকি
চকুলো হয়

সেই অনুতপ্ত চকুলো বিষাদ
ভৰপূৰ

পলে পলে বাজি থাকে তাত
যন্ত্ৰণাৰ নূপুৰ

সেউজীয়াৰ দৰে / ২৩