পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আশা

বৰষুণ জাক কেনি গুচি গ’ল
কিছু সময়ৰ বাবে
ফুল-চৰাইৰ সতে নিৰ্বাক ৰং-ধেমালি

শুনিছোঁ
ক’ৰবাত চিনাকি নৈৰ উজান
বুকুৰ ভিতৰেদি
বসন্ত তৰঙ্গ.......

সেউজীয়াৰ দৰে / ২১