পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

স্মৃতি

বুকুৰ কোনোবা খিনিত
দ-কৈ কোৰ মাৰি
পুলি এটা ৰুই

গুচি গ'ল
সি.....

সেউজীয়াৰ দৰে / ১৯