পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
সুৰ বিচাৰি বাৰ বছৰ

ভাৰতবৰ্ষ আমাৰ দেশ
মিলন তীৰ্থ আমাৰ দেশ
আমি মহাজাতি
মাতৃভূমি ভাৰতী
আমাৰ জয় নিচান,
গাওঁ মিলনৰ গান
প্ৰেমৰ ঐক্যতান॥







প্ৰয়াত উমেশ বৈশ্যৰ দ্বাৰা ৰচিত, সুৰাৰোপিত আৰু প্ৰচাৰিত এই গীতটি ‘সুৱাগী’ ১ম বছৰ, ২য় সংখ্যা ১৯৮১ত প্ৰকাশিত।