পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সুধৰ্ম্মাৰ উপাখ্যান

কৰিলে। দুইৰো আনন্দৰ চকুৰ পানী ওলাল। সকলোবিলাক ছোৱালীএ আজি পতিপ্ৰাণা সুধৰ্ম্মাই স্বামীক পালে বুলি আনন্দেৰে সইতে শুভদিন শুভদিন বুলি হাতেৰে চপৰিয়াই জয়ধ্বনি কৰি সংস্বপ্ন সংস্বপ্ন বুলিলে।