সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিবেদন সদতে স্বৰ্গীয়া আইতাক বামায়ণ, মহাভাৰত আদি পঢ়ি শুনোৱা আমাৰ “নাতিনী” হঁতৰ চলিত ৰীতি আছিল। সেই সুযোগত লৰা- লিতে আমাৰ ধ্ৰুব প্ৰহলাদ অভিমন্যুৰ বিষয়ে কিছু জানিবৰ ভাগ্যত ঘটে। আজিৰ এই নাটিকা থনিও তাবেহে চিন মাত্ৰ। এই মৌলিক নাটিকা খনিৰ কৃতকাৰ্য্যতা সহানুভূতিশীল ৰাইজৰ দয়া আৰু স্নেহৰ ওপৰতেই সম্পূৰ্ণ নিৰ্ভৰ কৰিছে। হাতে লিখা অৱস্থাতে নাটিকা খনিয়ে কেইবাটিও ৰঙ্গমঞ্চ, কেবাজন নিপুণ লিখক আৰু অভিনেতাৰ সমাদৰ পাইছিল, তাৰ ভিতৰত শ্ৰীযুত বিষ্ণুচন্দ্ৰ বৰুৱা এম, এ, বি, এল, শ্ৰীযুত লক্ষেশ্বৰ শৰ্ম্মা বৰুৱা বি, এ, বি, টি, শ্ৰীযুত চক্ৰধৰ মহন্ত, শ্ৰীযুত ইন্দ্ৰেশ্বৰ চক্ৰৱৰ্ত্তী, শ্ৰীযুক্ত বিনন্দচন্দ্ৰ বৰুৱা বি, এ ৰ নাম উল্লেখ কৰা ভাল। ভেখেত সকলক আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলো। কিতাপখনি ৩ বছৰৰ আগতেই লিখা হৈছিল যদিও নানान লেঠাত চাপাকাৰ্য্য পাঁচ ছোহকাত যি সকলে অসন্তোষ প্ৰকাশ কৰি মাজে সময়ে উদগনি বিচিল তেখেত সকলৰ ওচৰত লিখক চিৰ কৃতজ্ঞ। সামৰণিত লিখকৰ হাতে কলমে লগোৱা বত্তি মন্দিৰৰ, ফুল- তিলক পাইদেৰ কমলচন্দ্ৰ বৰুৱাৰ হাতত নাটিকা খনি দিব নোৱাৰা লিখকৰ লগত যোৱা দুখ গোপনে ৰাখিব নোৱাৰিলো। স্বৰ্গগত আত্মাই যেন আঁতৰৰ পৰাই সেৱকক আশীৰ্ব্বাদ কৰে। ইতি—— বস্তি সাহিত্য মন্দিৰ ৰয়নী ১২ আহিন লিখক!