-40 সিদ্ধি লাভ। [ ৩য় অ, ৪ৰ্থ দৃ আকাঙ্খ্যা যোৰ নাই স্বামী। মাথোন শ্ৰীচৰণ লাভব আশাতেহে এই হতাৰ প্ৰাণকো আজিও ধৰিছোঁ। गाथ, এতেদিনে সেই চিৰবাঞ্চিত সম্ভোগৰ পৰা বঞ্চিত তথ আজি সকলো পাহৰিলো। অভাগিনীক আজি কি বুলি মনত পেলালে, প্ৰভু! উত্তানপাদ—বানি, গল বাতি সপোনত পিতৃ পিতামহ সকলক দেখা পালো। তেখেত সকলে মণিন বস্তু গৰিধান কৰি বিকল হৈ ফুৰিছে। তাকে দেখি মোৰ আশঙ্কা হ'ল, ইমান দিনে কোনো ক্ৰিয়া কৰ্ম্ম নকৰাৰ কাৰণেইহে কিজানি মৃতকে সপোনত দেখা দিছেহি। সুনীতি, তোমাক বনবাস দি মোৰ শান্তি নাইকিয়া হৈছে। তোমাৰ বাবে মই সদায় অনুতপ্ত। শতদোষে দোষী হৈৰোঁ আজি মই তোমাৰ আশ্ৰয় প্ৰাৰ্থী। অকৃতজ্ঞ স্বামী হলেও অনাশ্ৰয় অভ্যাগতক বিমুৰ কৰিবানে? সুনীতি— দাসীক যেন আৰু কষ্ট নিদিয়ে, স্বামী। উক্তিয়ে মোৰ প্ৰাণৰ অশান্তি বৃদ্ধি আপুনি মোৰ আৰাধ্য দেৱতা নাথ। ভাগ্য অনুসৰি ভোগ অনিবাৰ্য। আপোনাৰ কাতৰ কৰে। জীৱনে মৰণে মোৰ কোনো দুখ নাই। জা-- সুনীতি, তোমাৰ নিচিনা হৰদৰ্শী সতী জগতত বিৰল, ভাগ্যৰ ৰোষত পত্নীৰূপে পায়ে৷ মই তোমাক হেৰুৱাইছো তোমাৰ ওণত প্ৰিয়ে প্ৰজা বিষয়া সকলো মুগ্ধ। প্ৰজাই সদায় তোমাক পাৰলে উদ্বিগ্ন হৈ আছে। সুনীতি— মহাৰাজ পুৰণি কথা পাহৰি পেলাওক। আপোনাৰ এষাৰি কথাই মোৰ শোক দুখৰ আশ্বাস। সংসাৰৰ ভোগ
পৃষ্ঠা:সিদ্ধি লাভ.pdf/৪৮
অৱয়ব