সিদ্ধি লাভ। অ' পালেহিৰেই হ’বল!। কি কৰা। সেই দুটা কি বস্তু। দীঘল ক'লা ক'লা। আহিছে, নিশ্চয় সেই দুটা ভালুকহে। [ ৩য় অ, ৩য় দৃ লগুণত হাত দি ) দেখোন এইফালেই ন'হলে এই বাতি- নহৰ খন ক'ৰ মানুহ হাবিত মৰিবলৈ আহিব। সৰ্ব্বনাশ! পালেহিয়েই হ'বলা। হে ছবি কি কৰে॥ এতিয়া কি জানিবা সেই কিটা আকৌ হাবিতলীয়া পিশাচেইছে। যেই হওক মই মৰা ভাৱহে জোৰোঁ। শুনিছো কোনো ভালুকেও হেনে! মৰা শ নেখায়, আৰু ভূত পিশাচেও নোহোৱে। ( মাটিত শুই মৰভা ও জোৰে) ত্ৰাহি মধুস্থদন। (এটা সৈনীকৰ প্ৰবেশ ) ১ম সৈনীক—হেৰ' সেইটো মৰা শ নহয়নে? २য় ১ম 1 13 9 —এৰা তেনে যেন দেখিছোঁ। পিছে এই অটব্য অৰণ্যৰ মাজতনো ক'ৰ মানুহটো মৰিবলৈ আহিল ছোঁ! —ব'ৰে যি নহওক; সি কিন্তু অলপতেইহে মৰিছে দেই। আগতেই মৰা হলে বনৰীয়া অন্তুৱে নেফানেফ_ কৰিলে হেঁতেন। —হেব' মানুহটো কি জানিবা শুইছেহে। —এ থ বোপাই; তোৰো আকলটো। এই ঘোপ মৰা ৰাতি বনৰীয়া জন্তুৰ মাজত কোন আওমৰণে মৰিবলৈ আহিব অ’। –হেৰ' অপাৰ্থকতো জানে৷ অযুগুত নহয়। কি জানিবা আমাৰ উদাশ দেৱেই। ভয়তে টেপা মাৰিছে।
পৃষ্ঠা:সিদ্ধি লাভ.pdf/৪৪
অৱয়ব