এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
উত্তানপাদ মন্ত্ৰী উদাশ নাবায়ণ ধ্ৰুব উত্তম চৰিত্ৰ মুনিত। ৰজা ঐ মন্ত্ৰী টেটোন ব্ৰাহ্মণ বৈকুণ্ঠপতি বৈষ্ণৱ বালক ( উত্তানপাদৰ সুনীতিৰ গৰ্ভজাত জ্যেষ্ঠ পুত্ৰ ) ... ( ঐ সুৰুচীৰ গৰ্ভজাত পুত্ৰ ) ভোলানাথ ব্ৰহ্মা ইন্দ্ৰ নাৰদ কৈলাশপতি ... বিধাতা দেৱৰাজ দেবৰ্ষি বৰাগী, দামো, গঙ্গাৰাম, মালী, প্ৰথম আৰু দ্বিতীয় সৈনীক, দূত, সভাসদ, ধ্ৰুবৰ লগৰীয়া বালক দল, পাৰিষদ বাজনাদাৰ—কেচুৱা ইত্যাদি। তিৰোতা! লক্ষী সুনীতি সুচী ভদ্ৰা ... ... নাৰায়ণৰ পত্নী বাণী ( উত্তান পাদৰ শ্ৰীদ্বয় ) মুনি পত্নী মালিনী, সখীসকল ইত্যাদি।