17] ২য় তা, ৩য় দ সিদ্ধি লাভ। ২৫ ৰ'ৰ চিৰদিন, শেষ সময়তো নাথে নিদিলে এবাৰ দেখা, শ্ৰীপদ সেৱাৰ আশা কৰি, তুচ্ছ ভাবি সতিনীৰ শতেক লাঞ্ছনা, সোণৰ সংসাৰ গঢ়িছিলো, কিন্তু ভাগ্যে নিদিলে বুজিলো ব্ৰাহ্মণ! এতেদিনে আজি যোৰ সোণৰ সংসাৰ পুৰি ছাৰ-বাৰ হ'ল। ভোগবন্ধা সংসাৰাৰ। বিধিৰ বিধান লভিৰ তাকো কপাল কুটিল। অনুসৰি উদাস - ভাগ্য দেবী নহয় খণ্ডন! কি বুলি বুজনি দিম মই। দেখো সকলো বুজিছে। নিজে সুচীৰ সন্তোষৰ হকে মহাৰাজে আপোনাক দিছে বনবাস। ৰাণী! মৰষিব অসহায় ব্ৰাহ্মণৰ দোষ। সুনীতি—সকলো বুজিছো নাই দোষ তোমাৰ ইয়াত, মাথো ভাগ্য ফল মোৰ ভুগিছো ব্ৰাহ্মণ। যোৱা দেউ, ৰাজাক জনাবা, নিষ্কণ্টক ৰাজ্য-ভোগ সুচাৰে কৰক এতিয়া। উদাস – দেবি ওচৰতে যিবা সেই ঋষিৰ আশ্ৰম, তাতে গৈ আপোনাক ঘূৰি যাম মই। মাতৃ নাই এনে শক্তি নিঃ- কিনৰ এৰি আপোনাক এই নিজান বনত যাব পাৰো অকাতৰে ঘুৰি। হুনীতি-ব্ৰাহ্মণ; কিবা সাৰ্থকতা আৰু জীৱনত মোৰ হয় যদি মৃত্যু বন্য জন্তুৰ হাতত, সিৰো হব সুখকৰ। উদাস – দেবি, ক্ষণে যেন ব্ৰাহ্মণৰ দোষ। মুনি-পত্নী গনে সযতনে আশ্ৰমত আপোনাক সাদৰ জনাব। স্বনীতি—নাই শ্ৰদ্ধা আৰু মোৰ ঐকিক সুখত। মৃত্যু মাথো বাঞ্ছা হৃদয়ৰ। যোৱা ব্ৰাহ্মণ দুখুনীৰ নিবেদন জনাবা স্বামীক।
পৃষ্ঠা:সিদ্ধি লাভ.pdf/৩৫
অৱয়ব