TAHHOL MAZZA সিদ্ধি লাভ। [ ১ম ত ১ম তা, ২য় দ ধৰিব পাৰে। মই আপোনাৰ কৰ্ত্তব্য নিতাৰ শলাগ লৈছোঁ, মন্ত্ৰীবৰ। ইমানদিনে ডৌকাৰ আঁৰত চৰায়ে পোৱালী ৰখাৰ দৰে আপুনি যি ৰূপে ৰাজ্য ৰক্ষা কৰিছে, এতিয়াও সেইদৰে কোনো উপায় বুদ্ধি কৰি শান্তিৰ বিধান কৰক। মই অভাগিনী, শেইহে প্ৰজাপালন কৰিব পৰা ভাগ্য মোন নাই। মন্ত্ৰী—-এৰা, বুঢ়া বিমোৰত পৰিছে'।; আই! ইমান ৰত্নেৰে প্ৰতিপালিত ৰাজ্য এখন ধ্বংশৰ বাটলৈ যোৱা কোন সতে সহা কৰোঁ। সুচীৰ প্ৰবেশ ] সুচী - ( খঙ্গেৰে) মন্ত্ৰী! এয়ে তোমাৰ কৰ্ত্তব্য জ্ঞান, ৰাজদ্ৰোহ আচৰনেই তোমাৰ মন্ত্ৰীত্ব। সুমন্ত্ৰনাৰ অভাৱত ৰাজ্যত ভীষন পয়মাল, তুলি মন্ত্ৰণা কৰিছাঁহি সুনীতিৰ লগত। বুঢ়া বয়সতো যৌৱনৰ চঞ্চলতা তোমাৰ দূৰ নহল। ( সুনীতিক) সুনীতি, তোকো দেখিছো, সাহসে সীমা অতি- ক্ৰম কৰিছে। বাক! সোনকালেই তাৰ প্ৰতিফল পাবি! (প্ৰস্থান) মন্ত্ৰী—একো বুজিব নোৱাৰিলোঁ, আই। সুনীতি—মন্ত্ৰী, ৰজাৰ এৰে বিবেচনা। ৰজা সম্পূৰ্ণ সুচীৰ বশৱৰ্ত্তী ৰাজ্য ধ্বংস হলে সুচীৰ আজ্ঞা উলঘা কৰিব পৰা শক্তি ৰজাৰ নাই। মোৰ ৰাজ কাৰ্য্যত কিমান হাত এতিয়া বুজিলে নহয়। আপুনি যেনে ভাল দেখে কৰক, মন্ত্ৰী! মন্ত্ৰী — ৰাজকাৰ্য্য কৰিয়েই ডাঢ়ি চুলি পকালোহি। কিন্তু এতে দিনে কাৰো টান কথা শুনিবলৈ নহল। সৰুৰাণীৰ হাতভ OBRVE 2CHOOF
পৃষ্ঠা:সিদ্ধি লাভ.pdf/৩০
অৱয়ব