সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ম তা, ২য় দৃ ] সিদ্ধি লাভ। ১৩ আজীৱন দেহি এগতেই কটালে, আকৌ কোন সতে এতি সেই নিষ্ঠুৰ আদেশ কৰো, নিপায়! সুনীতিক বনবাস নিদিলে ব্লকচীয়ে শান্ত্বনা নামানে। ( খন্তেক বৈ ) নাই, নহয় সুচীৰ নিৰ্দেশ মতেই কাম কৰিব লাগিব। সুনীতিক বনবাস দিয়াৰ পৰিণাম যি হয়, নিৰলে সহা কৰিম। হৃদয় বিচলিত নহবি। ( অৰুচীক ) বোৱা ৰাণী, গাৰ ধুলি মাকতি জোকাৰি তোমাৰ সাজ পিন্ধাগৈ। এনে সাজে তোমাক প্ৰকাশ নকৰে। মই কথা দিছো, তোমাৰ কথা মই বাসিম ৰাণী। (সুচীৰ প্ৰস্থান ) ক'ব নোৱাৰো, কি অশুভ আশঙ্কাত মোৰ বুকু কঁপি উঠিছে। বেনিয়েই চকু যাৰ, তেনিয়েই মাথো অন্ধকাৰ দেখোঁ। একো বুজিব পৰা নাই। তাৰ দণ্ড ধৰি নিজে ৰাজ ধৰ্ম্ম কলুষিত কৰি, কি বিচাৰে সুনীতিক দিওঁ বনবাস। (বিষাদ মনে প্ৰস্থান )