সিদ্ধি লাভ। [ ১ম অ, ২য় দূ কৰিলাহেতেন। ক্ষমা কৰা সুন্দৰী। হাঁহি মাতে মোৰ মৰু হিয়া শীত কৰা। মুখৰ এষাবি এতে সুৰুচী — মহাবাজ, চলনাৰে মোক কিয় পুনৰ চলিব খোজে। দিনে যাক প্ৰাণেৰে ভাল পাই আহিছে, তেওঁৰ ওচৰত আপোনাৰ মনোবেদনা জনাওক। তেওঁ শীঘ্ৰে তাৰ সমাধান কৰিব। বঙ্গ—সুচী, আৰু মোক কষ্ট নিদিবা। তোমাৰ হিয়া আছে যদি ইমানতে প্ৰকাশ কৰা। মই প্ৰতিজ্ঞা কৰিছো, তোমাৰ মনোবাঞ্চা জীবনান্তেও পূৰ্ণ কৰিম। সুৰুচী—মহাৰাজ, আপোনাৰ কষ্ট আৰু মোৰ প্ৰাণে সহে। মোৰ হিন্না শিলেৰে বন্ধোৱা নহয়। কিন্তু আপুনি যিমানেই ব্যাকুল নহওক, মোৰ নিমিত্তে যে চেনেহৰ বৰ ৰাণীক সেই কথা মনে নধৰে জীৱনত ত্যাগ কৰিব পাৰিব, তথাপি আপুনি নিজেই যেতিয়া প্ৰতিজ্ঞাবদ্ধ, তেতিয়া মোৰ অনুৰোধ, সুনীতিক আজিয়েই বনবাস দিয়ক। ৰজা—( সঙ্কোচ ভাৱে ) প্ৰিয়ে! পৰিনাম যে মহাভাৰ হ'ব। জগতে কুযশ ৰতিব। শুৰুচী—তাকে ক'ব বুলি মই আগতেই জানিছিলো। আপোনাৰ বব ৰাণী সুনীতিৰ সমান ইয়াত অযথা আৰু পলম জগতত কোন হব। মহাৰাজ নকৰিব। যাওক, এতেপৰে আপোনাক নেদেখি সুনীতিয়ে চাগৈ চকুলো টুকিছে। 1- (নিজে নিজে) বিষম সমস্যা। অতি অসহনীয় কথা। বিনা ৰজা ( দোষতে বাৰু কি বুলিনো সুনীতিক এতিয়া বনবাস দিওঁ।
পৃষ্ঠা:সিদ্ধি লাভ.pdf/২২
অৱয়ব