সমললৈ যাওক

পৃষ্ঠা:সিদ্ধি লাভ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিদ্ধি লাভ। গীতৰ অন্তত উদাস প্ৰবেশ) : ব’লাইক কিন্তু! কাষ চাপি আহা। পাতিষ্ঠাতি। মোৰ লাখবি, পাথৰি, বাধিকা সালিকাহত। ইক নোহোৱাকৈয়েনো কিহৰ বন্দাবন ১ম সঙ্গী—অ' টেটোন বাপু ওলালতি। দেউক লৈকে যাবা তাঁতে পাৰা। এতে ধনিষ্ঠামানো ঘৰত নাথাকে হবলা। হয় সঙ্গ এ বা সুজন হলে বৰ ৰাষ্ট্ৰালি মানুহ। এই মৰাকো হহুৱাব পাৰে। ৰজায়ো বাপুক বৰ ভাল পায়। সেইহে সদায় লগতেই গৈ কৰে। উদাস - ('কাৰ্য চাপি) অতহঁত, বলি কিয়? বেয়া পালিহকনেকি? বাক বেয়া পাৰহক যদি মই যাওঁৱেই। ১ম সঙ্গী - বেয়া পোৱা নাই দেউ! আপোনাক দেখিয়েইহে অলপ পৈছে॥ উদাস—কেলৈ মই জানো কিবা সাপ বাঘ? ৩য় সখী —নহয় দেউ; এটি কথা শুধিম বুলিছিলোঁ। উদাস – কি কথা শুধিম বুলিছিলা, সোবা। পিচে লোৰ সেই একেটাইছে, তাৰ কম বেচ হব নোৱাৰিব। হয় সখী — দেউ, আপোনাক ৰ'দে বতাহে সদায় ফুৰি ফুৰাকেহে দেখো। ১ম সঙ্গী-বামুনী আয়ে দেউৰ একো খবৰেই নগৰ হ'বলা। ৩য় সথী— আইৰ চাগৈ দেউলৈ মৰমেই নাই।