সমললৈ যাওক

পৃষ্ঠা:সাৰিপুত্ত আৰু মোগগ্‌ল্লান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাবোধি ছোচাইটী

অনগাৰিক ধৰ্ম্মপালৰ দ্বাৰা

১৮৯১ খৃষ্টাব্দত—স্থাপিত।  বুদ্ধাব্দ—২৪৩৫
কৰ্ম্মাধ্যক্ষ

সভাপতি—মাননীয় ডাঃ শ্যামাপ্ৰসাদ মুখাৰ্জী, এম-এ, বি-এল, বাৰ-এট ল, ডি-লিট, এল-এল-ডি।

সাধাৰণ সম্পাদক—শ্ৰীযুত দেবপ্ৰিয় বলিসিংহ, বি-এ।

যুটীয়া সম্পাদক শ্ৰদ্ধেয় ভিক্ষু এন্ জিনৰতন

শ্ৰদ্ধেয় ভিক্ষু এম্‌ সংঘৰতন

ধনভৰালী—ডাঃ শ্ৰীঅৰবিন্দ বৰুৱা এম্‌-এ, বাৰ-এট-ল, পি-এইচ-ডি।

প্ৰধান কেন্দ্ৰীয় কাৰ্য্যালয়
ফ্ৰি ৰিডিং ৰুম আৰু পুথিভৰাল
“ধৰ্ম্মৰাজিক বিহাৰ”, ৪এ
বঙ্কিম চ্যাটাৰ্জ্জি ষ্ট্ৰীট
কলিকতা—১২
 
বেনাৰস কেন্দ্ৰ মূলগন্ধ কুঠি বিহাৰ।

ধৰ্ম্মপাল ৰোড—সাৰনাথ, জিলা বেনাৰস।

অনাথ আলয়—(১) সাৰনাথ, (২) ৪৬, বেনিয়াপুকুৰ লেন। মহাবোধি হাইস্কুল, মূলগন্ধ কুঠী পুস্তকালয়, মহাবোধি দাতব্য চিকিৎসালয়, আৰ্য্য ধৰ্ম্ম সংঘ ধৰ্ম্মশালা এই মহাবোধিৰ তত্ত্বাৱধানত চলিছে।