পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। যিবোৰ ধাতু সকলো কাল আৰু পুৰুষত ব্যৱহাৰ নহয়, সেইবোৰ ধাতুৰ ক্ৰিয়াক অনিয়মিত ক্ৰিয়া বোলে। এই ধাতু ৪ টা-নাই, বল, থাক্‌, আছ। নাই--মই নাই, তুমি নাই, তেওঁ তেতিয়া তাত নাই। বল—তুমি ব’লা, ওই বল, আপুনি বলক। থাক্‌ ---মই থাকিলোঁ, সি থাকে। আছ – ৰাম ঘৰত 28 আছে। (খ) ‘ই’ শব্দৰ ৩য়া, ৪ৰ্থী, শমী বিভক্তিৰ স্ত্ৰীলিঙ্গৰ দুয়ো বচনৰ ৰূপ লিখা।—ই শব্দৰ শ্ৰীলিঙ্গ এই কৰি এই ৰূপ ক (গ) সন্ধি ভাঙ৷ আৰু জৰোৱা- BA অধোগতি, যজ্ঞ, পবন, তৎ+ কৰ, মনঃ+ মত, নিঃ+ৰব। অধঃ+গতি, ষজ +ন, পো+অন, তস্কৰ, মনোমত, নীৰব। (ঘ) বিশেষ্যক বিশেষণলৈ আৰু বিশেষক বিশেষ্যলৈ নিয়া— সুন্দৰ, মধুৰ, বজাৰ, কাঠ, পিতৃ। সৌন্দৰ্য্য, মধুৰতা, বজৰুৱা, কঠুৱা, পৈতৃক ব্যাস বাক্যেৰে সৈতে তলত দিয়া পদ বোৰৰ যেই সেই ৪ টাৰ সমাসৰ নাম লিখা - ল’ৰালি-কাল, '‘অগোচৰ, চকু-লো, 'প্ৰতিদিন, দুদিনীয়া, খলা-বম!। ল’ৰালি যি কাল (কৰ্ম্মধায়)। ন গোচৰ (নঞতৎ)। চকুৰ লো ( ৬ষ্ঠী তৎ)। দিনেপ্ৰতি (অব্যয়ীভাব)। দুই দিনৰ সমাহাৰ (দ্বিগু )। থিতাতে খাল থিতাতে বাম য'ত (বহুব্ৰীহি)। ৯৷ (ক) পাঁচোতা উপসৰ্গৰ ব্যৱহাৰ দেখুৱাই পাঁচোড়া শব্দ লিখা বাৰু শব্দ কেইটাৰ অৰ্থ লিখা।-- € প্ৰ—প্ৰচলিত = চলি থকা। পৰা—পৰাজয় = হাৰা, ঘাটা। অপ- অপব্যয় = অনাহক খৰছ। সমূ-সম্মুখ = মুখৰ আগ, দেখা দেখি। নি নিবৃত্তি=দমন | (খ) প্ৰত্যয় কাক বোলে আৰু ই কেই বিধ? প্ৰতি বিধৰ উদাহৰণ দি বুজাই দিয়া।—— ১৯৫২ চনৰ সাধাৰণ থাপৰ॥ (ক) নাইবা -প্ৰশ্নৰ উত্তৰ চোৱা