পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তা লিখা। কৰা- ওপৰঞ্চি (ক) নৱাগ (খ) শুচি। ৪। যি কোনো দুটিৰ উত্তৰ দিয়া- ১০X ২ = ২ (খ) তোমাৰ পাঠাৰ পৰা ভেনিচ নগৰৰ চমু বিৱৰণ লিখা। (ভেনি নগৰ ক’ত, তাৰ আক্বতি-প্ৰকৃতি কেনেকুৱা, আৰু তাৰ চাবলগঁয়া প্ৰধান ঠাই বিলাকৰ চমু বিৱৰণ দিলেই হব ) «I তলত দিয়| যি কোনো এটি পম্বৰ প্ৰথমৰ পৰা ৮ শাৰী মুখস্থ ১৯ (গ) ম‍ই অসমীয়া কবিতাটে৷ গদ্যাকাৰে বৰ্ণনা কৰা। (ঘ) ৰামায়ণ কোনে ৰচনা কৰিছিল? ৰামায়ণ সম্বন্ধে কি জানা লিখা। তলত গ্লিা যেই সেই একাকি কথা মুকলিকৈ বুজাই দিয়া— (ক) অভ্যাৰ নৰ, কৰ্ণ পথে কৰে শৰ। (খ) খঙত পেট কাটি ছমাহলৈ শুকনি খায়। ( পটন্তৰ মালাৰ নোট চোৱা ) —বা—তলত দিয়া কথা ফাকি কোনে, কাক, কিয় কৈছিল উল্লেখ আছে যদি চাউল খুদ-----------পেলাওঁ চোৰাই। এই কথাখিনি ভীম-চৰিতৰ, ভীমে পাৰ্ব্বতীক কৈছিল। ভীমে শিৱৰ ঘৰত গৰখীয়৷ হৈ দুপৰীয়! গৰু চাৰি আহি ভাত খাবলৈ আৰম্ভ কৰে। পাৰ্ব্বতীয়ে ভীমক বাৰে বাৰে ভাঙৰ পিছত আঞ্জা আৰু আঞ্জাৰ পিছত ভাত নিওঁতে তেওঁৰ চক্ৰ হুদা হয়। ভীমে ভোক লুগুচ৷ বুলি আকৌ ভাত খোজাত লাজত পাৰ্বতী নোলোৱা হয়। ভীমে অসন্তোষ মনে আচাই মহাশ্ৱেৰ ভিক্ষাৰ মোনাখন খোজে— যদি তাভ কিব৷ খুন চাউল