পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। হায়—ভাববোধক অব্যয়, মনৰ দুখ প্ৰকাশ কৰিছে। বুঢ়া—বিশেষ্যৰ বিশেষণ, গৰুটোক বিশেষ কৰিছে। গৰুটো—বিশেষ সংজ্ঞাবোধক বিশেষ্য, পুংলিঙ্গ, মা বিভক্তিৰ বচন, কৰ্ত্তা কাৰক, মৰিল ক্ৰিয়াৰ কৰ্ত্তা।- ততালিকে—ক্ৰিয়া বিশেষণ, মৰিল ক্ৰিয়াক বিশেষ কৰিছে। মলি—অকৰ্ম্মক সমাপিকা ক্ৰিয়া, স্বৰূপ ভূত কাল, ৩য় পুৰুষ, এক বচন, কৰ্তৃবাচ্য, ইয়াৰ কৰ্ত্ত৷ গৰুটো। -নাইল—লৰ পদ কেইটাৰ বিশেষ্যক বিশেষণলৈ আৰু বিশেষ- ণক বিশেষ্যলৈ নিয়া।—ভাত, শৰীৰ, দুষ্ট, হালধীয়া, পানী। বিশেষণ 11 বিশেষ্য ভাত শৰীৰ পানী হালধি পানী শাৰীৰিক পনীয়া হালধীয়া পনীয়া ৯। লিঙ্গান্তৰ কৰা।—ঘোঁৰাটে৷—ঘোঁৰাজনী, ৰজ৷—ৰাণী বা কুৱৰী, লেৰেলী—লেৰেলা, ভেলেঙ্গী—শৰ। এৰ —নাইবা—তলৰ বাক্য দুটাৰ বাচ্যাত্তৰ কৰা — (ক) গোপালে মাছ ধৰিছে (খ) ৰামৰ দ্বাৰা অঙ্ক কৰা হৈছে। (ক) কৰ্তৃ বাচ্য; কৰ্ম্ম বাচালৈ যাব—গোপালৰ দ্বাৰা মাছ ধৰা হৈছে। (খ) কৰ্ম্ম বাচা; কৰ্তৃ বাচালৈ যাব—ৰামে অঙ্ক কৰিছে। ১। (ক. অলৰ যেই সেই তিনটা পদৰ ব্যাস বাক্যেৰে সৈতে সমা- সৰ নাম লিখা।—ৰঙা ফুল, হাতে-কটা, তল-সৰা, উপবন, অসুৰ, দশানন। ৬ (খ) সন্ধি কৰা আৰু ভাঙ৷ (য'ত গেনে কৰিব লাগে!— অতি + আচাৰ, দেৱ + আলৰ, পশু + আচাৰ, উন্নতি, নাৰক, মহেন্দ্ৰ।