পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি [সাহিত্যৰ প্ৰশ্নৰ এই নোটত থকা বিলাকৰ উত্তৰ আৰু বৰ্তমান বছৰৰ অদকাৰী প্ৰশ্নবিলাক, ব্যাকৰণ আৰু ৰচনা বিষয়ক সহজ আৰু কিতাপত থকা প্ৰশ্নবিলাকৰ উত্তৰ বাদ দিয়া হৈছে। ] ১৯৫০-সাধাৰণ খাপ। 7 প্ৰসঙ্গ উল্লেখ কৰি তলত দিয়া যেই সেই দুটি পদ্যাংশ সাল ভাষাত ব্যাখ্য। কৰা- (খ) স্বাৰ্থৰ বাটত ....সুগন্ধি কুসুম ফুলে। (নোট চোৱা) তলত দিয়া কথা কেই ফাকি যেই সেই হুফাকি আঁতি গুৰি ভাঙি সৰল ভাষাত বুজাই দিয়া —(ইয়াৰ ( ক), (খ), (গ) — তিনিওটা অদকাৰী) 2. ৩৷ —নাইবা—তোমাৰ পাঠ্য পুথিৰ সহায় লই মহা কাব্য ৰামায়ণৰ সম্বন্ধে কি জানা চমুকৈ লিখাঁ। ১২ ৪। তুমি পঢ়া কবিতাবিলাকৰ যেই সেই এটাৰ পৰা প্ৰথম ১০ শাৰী মুখস্থ লিখাঁ। (তোমাৰ পাঠ্য পুথিৰ পৰা লিখিবা) jo —নাইবা—— জীৱনৰ স্বাভাৱিক কাজ কৰ্ম্মৰ পৰা........হৈ পৰিছিলো। এই কথা ফাকি কেতিয়া কোনে কৈছিল বৰ্ণনা কৰা।—পণ্ডিত ভৱহৰ লাল নেহৰুয়ে ডেৰাছন জেলত থাকোতে এই কথাষাৰ কৈছিল। ফাটেকৰ সৰু কুঠৰীটোৰ সমুখৰ ১০০ গজ মান মুকলি ঠাহঁত ফুৰিবলৈ অনুমতি পোৱাত তেওঁ হিমালয় পৰ্ব্বতৰ মনোৰম দৃশ্য, ঋতুবিলাকৰ পৰিবৰ্ত্তনৰ লগে লগে গছ লতাবিলাকৰ ৰূপ পৰিবৰ্ত্তন, চকুত পৰা নানা জীৱ-জন্তু পোক-পৰুৱা ইত্যাদিৰ স্বভাৱ প্ৰকৃতিলৈ লক্ষ্য কৰি সেই বিলাতে মুগ্ধ হৈ এই কথাষাৰ কৈছিল।