পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভীম চৰিত। অনন্তবে = তাৰ পিছত। আসি = আহ্।ি ভৈলা= হ'ল। - কাৰ্ত্তিক- H গণপতি = মহাৱেৰ দুই পুত্ৰ – কাৰ্ত্তিক তাক গণেশ! বৃকোদৰ =বৃক+ উদৰ : বুক নামে অগ্নি উদৰত যাৰ (বহুব্ৰীতি ); ভীম। বুভি = ষাঁড়। = == >াঞ্জা। আঁতইনা =অন্ত বা শেষ কৰিলা। গৰাস চাৰেকে চাৰিগৰাহতে। আচান্ত = খাই মুখধুৱা. আঁচুৱা। তোমাসাৰ= তোমালোকৰ। ঝলি =মোনা। বাক = কথা, বাক্য। চাৰিবাক লাগি = চৰাবলৈ। পাঞ্চা == আদেশ কৰা, পঠিয়া। লৰবৰ = লৰিচৰি ফুৰা, লৰিথকা। যৈকেতৈকে =য’লৈ ত’লৈ। উৰি=ওৰ, অন্ত। তোহাৰ = তোমালোকৰ! তোৰ৷=তোমালোক। ডুলি=বৰ ওখ ডাঙৰ পাচি, ভঁড়াল। সমে= সৈতে। তেতিক্ষণে= তেতিয়াই। বদতি=কয়। কিৰিষি=কৃষি, খেতি। লোচন=চকু। আৰাও =চিঞৰ বাখৰ, আটাহ। নিগদতি=কয়। - বোলয় = ক'লে, = দুষ্কৰ= কৰিবলৈ টান, কঠিন। মোহোৰ=মোৰ। বাসৱ=ইন্দ্ৰ। কিমত কেনেকৈ, কি প্ৰকাৰে। বলো যে ভদ্ৰত = নাঙল ধাৰী বলভদ্ৰৰ ওচৰত। মহিষ=ম’হ। বিধান=ব্যৱস্থা। শঙ্কৰ = মহাদেৱ। কয়। পাঞ্চিলা= আদেশিলা। তেখনে=তেতিয়াই। জুমুঠি=চেলাগাঁথি কৰা থেৰৰ আঁটি (জুই ৰাখিবলৈ, জুই লগাই নিবলৈ)। ঐৰপৰা=ইয়াৰ পৰা। ধোন্দাকাক =ধোঁৰা কাউৰী। ভৈলে=হ'লে। লাভ কৰে। ঘাৱ=ঘাপ (কোৰেৰে মাটিত ঘপিয়া!! মহেশ্বৰ=মহা+ঈশ্বৰ; মহাদেৱ। হাস = হাঁহি। চাস= চাইছ, খুজিছ। পৰিমাণ = প্ৰমাণ। লভয় = পায়, এহিমানে =এইখিনি মাত্ৰ। ভোলানাথ =শিৱ, আপোন পাহৰা (ভা খাই) এহিমতে =এইদৰে, এই প্ৰকাৰে। কমণ্ডলু= সন্যাসীৰ হাতৰ পানী খোৱা পাত্ৰ। মুণ্ডমালী = মহাদেৱ; মুণ্ড বা মুৰৰ খোলাৰ মাল৷ পিন্ধে ষি (বহুব্ৰীহি)। সহজ অৰ্থ:- (1) যমৰ মহিষ কৰা এক ঠাই। যমৰাজৰ বাহন ম'হটো আৰু তোমাৰ (মহাদেৱৰ) বাহন ষাঁড় গৰুটো লগ লগালে হাল বাবলৈ এহাল হব। 1 - ..