পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়৷ সাহিত্য সংগ্ৰহৰ চমু টোকা। পদ্যভাগ। বিজয় সঙ্গীত সঙ্গীত = গীত, গান; সং+গীত। = গৰিমা = গৌৰৱ; গুৰু + ইমন্=গৰিমন্‌, ১ মাৰ সমাহাৰ (দ্বিগুসমাস)। • ৰচনত গৰিমা। নন্দিত = আনন্দিত, সন্তোধিত। বন্দিত = নমিত, পূড়িত। শিৰ=মূৰ৷ উন্নত—ওথ, থিয় হৈ থকা; উৎ+ হত। বৈজয়ন্তী =ইন্দ্ৰপুৰী। জয়ন্তী=জয় লাভৰ উৎসৱ। সব=সহিব; ক্ৰিয়া। পাতকী=পাপী। ধৰিত্ৰী=পৃথিবী। অমৰ =দেৱত্1 ( ইয়াত বিশেষণ গতিকে স্বৰ্গীয় )। পাৰ্থ=অৰ্জুন; পৃথা (কুত্তী) +ষ্ণ। পাৰ্থ- সাৰথি =শ্ৰীকৃষ্ণ, পাৰ্থৰ ৰথ চলাওঁতা, সহায়; পাৰ্থৰ সাৰথি (২ষ্ঠি তৎপুঃ )। কধিৰ =তেজ। প্ৰাচীৰ=গড়। শমন=যম, মৃত্যুৰ অধিপতি। ভীম ঊৰ্মি= ভয়ঙ্কৰ ঢৌ। প্ৰলয় = ধ্বংস, নাশ, মহাবিপদ। পয়োধি = সাগৰ; পয়ঃ (পানী) ধাৰণ কৰে যি ( উপপদ সমাস, বিশেষ অৰ্থত )। সিন্ধু =সাগৰ | উথলি=ফলি, উপচি উছলি—ওথহৈ, ফুলি উঠি। বন্যা =বানপানী S ভো= হেৰা। = শতাব্দী = =এশ বছৰ; শত অব্দৰ