পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাহিত্য সংগ্ৰহৰ চমু টোকা

পেট-প্ৰৱৰ্ত্তন=পেটে ভাতে খাই জীয়াই থকা। ভৃত্য=চাকৰ। ঘৰে ঘৰোৱাহ = ঘৰৰ সকলো পৰিয়াল। পৰিচৰ্য্যা= পতি-যত্ন, সেৱা। অকৃতজ্ঞ = অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা। পাষণ্ড= পাপী। শোষণ= শুহিলোৱা, ৰস টানি লোৱা, আনৰ সম্পত্তি লোৱা। স্পৃহা = হেঁপাহ। বিৰিঙি= ফুটি। শ্ৰেষ্ঠীপ্ৰবৰ =সদাগৰ শ্ৰেষ্ঠ।

প্ৰশ্নঃ—১। ‘শংখ বণিক জাতক’ গল্পটো চমুকৈ নিজৰ কথাত লিখা।
 ২। শংখ আৰু পিলিয় দুয়োজন বণিকৰ কাৰ্য্যৰ পৰা কি শিক্ষা পোৱা যায় লিখা।