পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মোৰ চকুৰ আগত দেখিছোঁ কেৱল উদ্ধোধক ডাঙৰীয়াক!

 সেইয়া, তেখেত আগবাঢ়ি গৈ আছে, গৈ আছে, গৈ আছে!

 তেখেত প্ৰতিচ্ছবিখনৰ ওচৰ পাইছেগৈ!

 তেখেতৰ হাতত ফুলৰ মালাধাৰ!!

(ৰচনা কাল : ৫ চেপ্তেম্বৰ, ২০১৪)

৬৬