পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
পণ্ডিত মহাশয়


সামৰণি

 বিহুৱা- “আজি পুৱাই বৰ ফাটকৰ ওচৰত ইমানবিলাক মানুহ গোট খাইছে কিয়হে কাতিয়া ক'কাই?”
 কাতীয়া - “পাষণ্ড সতাই নাৰকী মানুহবধী সেই ছিলঠীয়া ‘পণ্ডিতক’ টেটুত খোৰোচা লগাই তাতে আৰি থৈছে নহয়, তাকে চাবলৈ।”