পৃষ্ঠা:সাধনী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। নীতি।-প্রতিজ্ঞা পালন, কিম্বা ৰণত শয়ন । আহা চাপি, চাওঁ জুথি কিমানৰ বীৰ- কাঘৰ আগত কৰে ছাগে ডেরা-ডেবি। ( যুদ্ধ ;-নীতিপালৰ পতন।} নীতি- মূচ্ছিত অৱস্থাত অ-অঃ । প্রাণবায়ু-কণ্ঠাগত হয়। অহ, প্রাপেশ্বৰী, সতীৰ জীৱন্তু ছবি, এৰিলো অকলে আজি ভৱ-সংসাৰত। যাওঁ মই, আই। তুমি, নিত্য বস্তু থই, অনিত্য সংসাৰ হেতু, সতীৰ চানেকী। আৰু মােৰ প্ৰজাপুত্র, পত্র-মন্ত্রী সৱ, সাৱে আনিব। মোৰ শেষ-সম্ভাষণ। অহং , বিদা-আ-য় | (মৃত্যু-শৱ স্থানান্তৰিত।) কনচেংমাই। চাপি একে লগে, বাকী আছি। কোন? মন্ত্রী ৰে। চাপি, বধে। আজি বীৰ কনচেং। | ( যুদ্ধ ;-মন্ত্ৰীৰ পতন আৰু শক্ত স্থানান্তৰিত।} কনচেং।-অন্ত ইল শত্রুবল। নহল পুৰ। কিন্তু তৃষ্ণা মোৰ । নকৰিলে যুগেন। বিবা হােক,