পৃষ্ঠা:সাধনী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। মই মহাৰাজৰ উপকাৰহে কৰে। মই হে তেও মহাৰাজক ৰজা পতাৰ গুৰি । মই উপকাৰী, মহাৰাজ, মােক অপকাৰ কৰিব নেপায়। (কটোৱালে ডিঙ্গিত ধৰি বাজ কৰে) ৪, নিলে ঔ! মৰিলো ঔ । হে কোনে পাৰ ৰাথ ঔ!-৪, বশত দিবগৈ বােলে ঔ !! মন্ত্রী মিলৰে প্ৰস্তাৱ ? কনচেং—লৰে যদি হিমাচল, নৰে প্রস্তাব মােৰ, জনিষ৷ ধু। নীতি।তপ প্রতিজ্ঞা মােৰ যদি কুলি উভতি বয়, সাধনীক সমর্পণ সম্ভৱ নহয়। আৰু সেই কুবেৰৰ প্রদত্ত সম্পত্তি, নপিম আছেমানে, আহােম ৰজাক। শেষ সমিধান। কনচেং।অত অভিমান ! নসহ ক্ষন্তেক আৰু! জনা নাই কাৰ সতে পাতা তর্কাল ? সিংহৰ আগত যেনে বাব-গোজবশি। নসহ ক্ষন্তেক আৰু নকৰো পলক্ষ এতিক্ষণে যমপুৰি পঠিয়াই সৰে, জা, মন্ত্রী, পাৰিষদ, সেনা, সেনাপতি হস্তগত কৰি শেষে সাধনীসম্পত্তি, সামৰিম আক্রমণ দুয়া ৰাজ্যৰ । আহ চাপি, কৰা আহি প্ৰাণ সমৰ্পণ ।।