পৃষ্ঠা:সাধনী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। উপস্থিত সেনাপতি আহােম ৰজাৰ । সন্ধিৰ প্ৰস্তাৱ বােলে শুনাব অাপুনি। নীতি-সজ কথা । পালো আমি পৰম সন্তোষ, ভাৰীয়া নিজে আহি হল উপস্থিত। সন্ধিৰ প্ৰস্তাৱ এবে শুনে যি হয়। কনচেং |--মহাৰাজ । লব মােৰ সম্মান-সংকাৰ। লতিছো পৰম প্রতি সাক্ষাৎ লাভত। আজ্ঞাবহ ভৃত্য মই আহােম ৰাজৰ, কনচেং নাম মােৰ, মন্ত্রী-সেনাপতি । আদৌশলে স্বৰ্গদেৱে-ৰণ-বল হই, ক্রিমে। ছুটীয়া ৰাজ্য ৰাজনীতি মতে। উপদেশ আৰু মােত,-ৰণজয়ী হই আহােম ৰাজ্যৰ চামি কৰে। ই ৰাজ্য ; অথবা কৰদ ভাৱে এৰি আপােনাক, নিব লাগে উপহাৰ 'কুবেৰ সম্পত্তি আৰু সাধনী ৰাক। হয় এয়ে দান, নতু সমিধান ধিবা হয় অনুমতি। নীতি-অষণা প্রস্তাৰ ;- অসাধ্য গ্ৰহণ কৰা। “কুবেৰদত্ত সম্পত্তি নহয় ৰজাৰ ;- ছুটীয়াৰ ভাগালক্ষ্মী সেই পুণ্যধন ; হস্তান্তৰ-অধিকাৰ পোৰা নাই আমি।