পৃষ্ঠা:সাধনী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। এই সংসাৰৰ, পৰি আৰু শটৰ যোৰ বিপাকত, শিকিলো-বুঞ্জিলো বহু সংসাৰৰ পাকচক্র ৱ-ভাৱনাত। দেখিলো যি ৰীতি-নীতি, সংসাৰৰ গতি সাৰশিক্ষা তাৰপৰা লভিলে ইয়াকে। মনােবৃত্তি মানৱব ৰব লাগে স্থিৰ, যেতিয়া যি অৱস্থাত ; নতুবা পত্তন তাৰ ধ্রুব-সত্য কথা আৰু যি বুজিলে। দেখি-শুনি মানুহৰ চৰিত্ৰ-মাখ্যান, তাৰপৰা হল মােৰ এই স্থিৰ-জ্ঞান- আছে যদি কিবা, সাধ্যাতীত পৃথিবীত, এক সি-মানুহ চিনা এই সংসাৰত । সঙ্গদোষ জীৱনত আৰু এক শনি । চৰিত্ৰৰ ছিদ্রে জুমি মানৱ অৰ, হৰে তাৰ বস্তু চোৰ-প্রকৃতিৰে; জীৱন্তে মৰণ মাতি ঘটায় জঞ্জাল। দেখি যেন পৰিণাম, এই জীৱনৰ আগলই সংসাৰীৰ হয় গুত্বজ্ঞান। (মৌন (সসৈন্তে কনচে, মন্ত্রী আৰু নালীয়াৰ প্ৰৱেশ } অন্ত্ৰী মহাৰাজ । বিনাযুদ্ধে দিলো এৰি ৰাট; উপদেশ যেৰে ৰূপে আছিল খামাত।