পৃষ্ঠা:সাধনী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। নাথ নােৰ পথশ্রান্ত আলি। ভাগৰত (দেহি!) কুইছে কাতৰ জাননা ! নাধাৰে সখুলি, নাজানে কিশোক-তাপ, সাপ-ভাগৰ, চিন্তাৰ বিকাৰ আৰু বেঁকা সংসাৰ ; পৰিছে মলিন দেহি, সৰল মুখানি ৰাজ্য-বিপ্লৱৰ ঢট সহি অকালত। যাও হয়, পূজোগই যথা শুশ্রুষাৰে। (প্রান।} দ্বিতীয় গর্ভা। ৪৪ চলনগিৰিৰ নামনি। ( নীতিপাল অকলে।) নীতি বিচিত্র সংসাৰ । চক্ৰৱত ঘূৰিছে সদায়। কি আছিলো, কি যে হলো, কিবা হলেই আছে আৰু আগঙ্গই! সৃষ্টি-স্থিতি- ৰূপান্তৰ মাথো, আদি-মজি-সামৰ নৰ জীৱনৰ। ফলিছে সি হাতে-হাতে এই জীৱনত। দেখি-শুনি লীলা-খেলা