পৃষ্ঠা:সাধনী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। আক, হায়, কৃষ্ণদেৱে ৰুক্মিনী দেবী উদ্ধাৰি এদিন ইয়াতেই থিত লয় যাওঁতে উ টি । ইয়াতে জিলিকে আজি সমাধি মন্দিৰ সউ, ভীষ্মক ৰজাৰ, মিলিলে পঞ্চত্ব যত মহা ৰাজর্ষিৰ। (অহ ।। ভাগ্যে মোৰ পাওঁ যদি ইয়াতেই লয়, কিযে সুখ অনুভৱ হব সেই বেলা, সাধি এই মৰতত স্বৰগ সাধনা। মানিছে৷ এতিয়া ধ্রুবই ভাস্তিলেশ, চৰত ঘূৰে সদা ভাগা-ফলাফল। (হায় ! পৰিছে মনত পৰে মাতৃ দেবীলই, ধৰ্ম্মৰ জীৱন্ত মূর্তি পিতৃদেৱ আৰু । দুয়োৰে অটল গতি একে বিশ্বাস। “ঈশ্বৰে যি কৰে ভাল মানুহ কাৰণে।” সেই বিশ্বাসৰ ফল প্রতিভাত হােৱা এই জীৱনত মােৰ দেখিবৰ গুণে, কলেহি নীৰলে ঠাঁই কুণ্ডৰ পাৰত, সখি লােজিছে সউ পুণ্য পোহৰত। | (আহা 1} প্রাণেশ্বৰ মােৰ। প্ৰাণৰ পুতলি গঢ়ি সতনে যাক ৰাখিছে হিয়াত তুলি, সেই এখন আছেমানে বর্তমান, কি আছে জৰ ৰােৰ এই পৃথিবী।