পৃষ্ঠা:সাধনী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ সাধনী। ইয়াৰে সৌন্দৰ্য-সেত ৰই-বই গহ, ভৈয়ামত প্রতিভাত হয় মাজে মাজে। যি ফালে ঘুৰাওঁ চকু, তাতে বই যায়, নপলায় তৃপ্তি হয়, হেঁপাহ হিয়াৰ- চাওমানে বাঢ়ি যায়, পাহৰে! সংসাৰ। পৱিত্ৰ কুণ্ডৰ নীৰ, অতি নিম, প্রকৃতিপোন যেন পা আছে কেন! বাহিৰৰ সৌন্দৰ্য্যৰ প্ৰতিবিম্বে তাত হাঁহিছে নাচিছে হয়, আপোনাকে চাই। নাচে যেন হিয়া মােৰে। তাৰ চেৱে চেৱে, বসুধা-বুকুত প্রাণ ক্ষন্তেক জুৰাই! ইয়াতে এদিন ঠায় দময়ন্তী সতী। উঠিছলি আহি আহি বাট হেৰুৱাই, চিন্তাৰ এতিয়াও মাৰ যোৱা নাই । শিগ-বন, গছলতা আটাইটি মিলি সাক্ষী দিয়ে বিশেষণে সবিশেষ কই! কুলিৰ গুৰি এয়ে, বিদর্ভ ঢোৱাই পৱিত্ৰ কৰিছে যি । সিও সাক্ষী দিয়ে, মহাসতী দময়ন্তী কেনেকই আছি উত্তৰি কুকুৰ তীৰত, ভুমি বহু গিৰি-গুহ, দেশবন, পতি হেৰুৱাই ; ইলেৰে লগালে বাট পিঙ্গালই।