পৃষ্ঠা:সাধনী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। সাধনী অছ, পৰিছে মনত, আত্মাৰ ছয়টি দেখা সেই কুণ্ডৰ গৱত ; কোনে জানো হিয়া মেলি, মিলি হিয়া স’তে, নিলে, নােক পমােৱাই পুণপুৰলই ;—শক্তি যত বিৰাজে সদায় ! সেই পুণ্য আশ্ৰমত বাস যদি হয় হায় চিৰকালই, নাভাবে ভাবনা আৰু পাপ-সৃংসাৰৰ । সাহেৰে মাতিব পাৰো আসন্ন বিপদ। নীতি-নকৰিবা খেদ, ফলিছে দুর্ভাগ্য-ফল! বলা যাও; ইয়াতেই হল বহুপৰ । সাধনী-নােহে খেদ। খেদ মােৰ কি বুজিবা হয়। জিৰণি-পট ক্ষেপন।