পৃষ্ঠা:সাধনী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। আত্মৰক্ষা হেতু। থাকেঁ মই নগৰত। চাপিলে বিপক্ষদল, সন্ধিৰ প্ৰস্তাৱ কৰিম যি দেখে। ভাল। সাধনী পাৰগৰ্ন কথা। যােৱা মন্ত্রি, কাগই যা আয়ােজল, ঝাত্ৰা কৰা হয় যাতে আজি-কাশিতেই। দেখিছে। চন্দনগিৰি; অতি ৰমস্থল। মুনি-মন-যােহা দৃশ্য পৰিছে মনত তাহানিতে দেখা সেই কুণ্ডিল-কুণ্ড পিতৃ-মাতৃ সেৱা হেতু যাওঁতে এবাৰ । আগ, কিননা বিতোপন শোভে গিৰি, আকাশী শিৰত হয়, পিন্ধি মেঘমালা, মলয়াত ঢউ মেলা চুলিটাৰ যাৰ । মুলত কুণ্ডিল কুণ্ড অতি সুগভীৰ, পৰিত্ৰ লেৰে পুৰ, অতি নিৰল। উপচি প্ৰেমৰ ৰাগ কুণ্ড-গর্ভপৰা পৰিত্ৰ কুলি -পানী ধীৰে বই ধায়, চলনগিৰিৰ পদ ভক্তিৰে ধুৱাই । পাহৰো বিপদ আলি অমৰি সি ঠাই । আপোন পাহৰ বাওঁ। নীতি-জানাে মধ্যে, সেই ঠাই যােগ্য আশ্রম। মন্ত্রী।--আছে যে, (মৰ ৰ}