পৃষ্ঠা:সাধনী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুর্থ গর্ভাঙ্ক। চুটীয়া ৰজাৰ মন্ত্রণা-ঘৰ। (সাধনী, নীতিপাল আৰু মন্ত্রী। নীতি-নিৰুপায় হলো এবে, নাই পৰিত্ৰাণ ! মুনি ৰাণীৰ কথা, মন্ত্রী-উপদেশ, অসৎ সঙ্গত হয়, মজিলে। সমূলি ! হাতে-হাতে প্রতিফল ফলিছে এতিয়া ! সাধনী-সহ অধীৰ ! বিপদত ধৈৰ্য্য ধৰা পুৰুষৰ ৰীতি ; অধৈর্য্যে বঢ়াই যত আপ-জঞ্জাল, উদ্ধাৰৰ গতিৰোধ কৰে সি সমূলি। নাই আৰু এটি ক্ষণ অনুতাপই ; ফল লাইনক্ষেপত। আসন কাল এৰে লোৱা মন্ত্রী-উপদেশ, হব পাৰে অপায়-বিঘিনি না। মন্ত্রী-কি আছে উপায় ! জুৰুলা ই ৰাজ্য এৰে। ৰণৰ অৰণ আৰু নীতিল অকাল ক্ষয় হল। এ বিল। ৰাখিব কিরূপে দুদ হোক।