পৃষ্ঠা:সাধনী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। সাধনী।শতু নহব পাৰে। কিন্তু খােৰ স্বাৰ্থপৰ নতুন বিষয়, নাই ভূত ভুল। স্বার্থৰ কাৰণে মাখো মিছা ও গায়। নীতি কি স্বার্থ বােল তুমি নুবুজিন্সো মই। নিচিন্তে আপােন স্বার্থ কোন হেন জন আছে লিপ্ত সংসাৰত বৈৰাগী নহই । সাধনী।-নাই হেন জন। যে নাই স্বার্থ সংসাৰীৰ। স্বার্থপৰ বােলে তাক যি জনে সতত আপােন উদ্দেশ্য সাধে পৰ তুপ জানি। সেই নৰ বিষয়াক। তুষ্ট কৰি মন তৱ মিছা ও গাই আপোন উদ্দেশ্য সিকি কৰিবৰ গুণে ৰাজ্যৰ অহিত কত লাগিছে সাধিব। বাঢ়িছে নিতকে তৱ কুয়শ টন। নীতি।-কুশৰটনা হেতু। নড়াওঁ মই। বিমি কঠোৰ দণ্ড নিন্দুক জনক, পৰিব যেতিয়া ধৰ। বলা হলে যশ নিন্দা উভয়ৰে ভাগী। সাধনী।-অক। সি কথা। নিন্দুক্ষ-পীড়ন জানা নােহে শীতিল । দিৱে বৰা বিধি শক গমন।