পৃষ্ঠা:সাধনী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

R সাধণী। সাধনী।পূর্বত যিমতে চলিছিল ৰাজকার্য, পুৰণি বিষয়া স’তে পুৰ্বৰাজত্বত, নচলিব কিয় আজি সেই বিষয়াৰে ? নীতি-ভাবিছো চলে। পতা হল সেই হে নতুন। ভাবি মোৰ পূৰ্ব্ব হানদশা, হব পাৰে অভিমানী পুৰণি বিষয়; তাৰ ফ, ৰাজকার্য হব পাৰে ক্ষতি। সেই অর্থে প্রিয়া, মই সালে। বিষয়া, পলাে বাছি সমনীয়া আদি জীৱনৰ। সমনীয়। বিই ভাল মােৰ চিন্তিৰ সদায়। সাধনী পৰিছা মত। নিচিনিল। বন্ধু কোন ! পিতৃৰ পৰম মিত্র পুৰণি বিষয়া ; নােৱাৰে শত্ৰু হব এই জীৱনত। কিন্তু যাৰু মিত্র ভাবি পাৰিছা বিষয়, সি সৱে চাপিছে কাষ স্বার্থৰ কাৰণে; নিছে মাথে। পিচুৱ ই জবাটে তোমাক। ঘটাব জঞ্জাল জানা, ৰাজ্যৰ অহিত। নীতি-নুবুজ্জে। কি বেয়া ৰাটে। নিছে পিচুৱাই নতুন বিয়াসৱে। নিচিক্তে অহিহ মােৰ নতুন মন্ত্রীয়ে । নয় ।