পৃষ্ঠা:সাধনী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম গর্ভাঙ্ক। অন্তঃপুৰ । (সাধনী আৰু নীতিপাল}}, লীতি।-শুনিছানে, আতিকই লাগিছে ভাগৰ ! সাধনী।—কিয় প্রাণেশ্বৰ। কিয়নো কাতৰ এনে । নীতি।আমােদে উপচি পৰি লগালে ভাগৰ। গীতবাদ্য, নাচাগ, হইছিল বহু আমােদ-আহলাদ আৰু প্রিয়-নেয় দিলে যােগ অতিকই। তাতেহে লাগিছে এৰে এৱা অগৰ ; উঠিবৰে যোৱা নাই মন। ইমানতো বিষয়াসকলে ধৰি ৰাখিবহু খােজে! ৰসিকতা দেখি মােৰ মুগ্ধ সকলােটি ; গকে নেয়। সাধনী।জানাে মই, আঙ্গিকে সিক তুমি না ! কিন্তু জানা, ৰসিকতা নহয় ৰজাৰ এখন কর্তব্য কাম। আগে ৰাজ-কাক, পাচে যত যােদশহিলা। সঙ্গদোষ,