পৃষ্ঠা:সাধনী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। বিঃ সফল ধন্য ধ মহাজ নালীয়া।হাজে শুনে যদি এটা কথা কব খােজো। নীতি-কোৰ। কি কথা আছে। রুশুনিম কিয় ? নাশীয়া।-নহয়, অকল কাণেৰে খনিলেই নহব। নীতি-বাৰু, কাষেৰেই দেখামচোন। কোৱা কি কথা। নালীয়া বাৰু, কওঁ তেন্তে- ১ম, বিঃ—ওঁ, তুমি কই মােৰা, আমিও কাণ দিছে। নালীয়া—মহাৰাজ! দিখৌমুখ, জাজিমুখ, এইবিলাক বৰ বেপেৰুৱা ঠাই। তাত নাৱেৰে গৈ বেহা-বেপাৰ কৰিবলৈ বৰ সুচল। ২, বিঃ -পিচে, পিচে। নালীয়া।পিচে, মহাৰাজে আদেশ দিলে সৈন্য-সামন্ত লগত লৈ এজন সেনাপতিয়ে ৰ আলেখ-লেখ বুজি আহিবগৈ পাৰে। সুচল হয় যদি, আমাৰ ফালৰ বস্তুৰ বেচু জাত দুগুণ। তিনি কৈ পােৱা যাব নহয়। আন নােশর বদি, প্রথমে য়ে বাট লগাই দিম। নহলে ৰাজ্যৰ উন্নতি কেনেকৈ হব। ১ম, বিখই, ধইন। পণ্ডিতৰ উপযুক্ত কথা। নীতি—সঁচা, তেওঁ বুদ্ধিমানৰ চিনাকি দিছে। কিন্তু নেশােখা-লেমেলকৈ লােকৰ ৰাজলৈ যােৱা উচিত হব জানাে? নাশীয়া।-এইটো কথাও সুধিব গাপিনে ? মহাৰাজ, আমাৰ কিবা ৰণ দিবলৈ যাব নে? এনে কামত সােধাপােছ৷ লগালে লােকে পাতল ৰে বুলিব। ২য়, বিঃ—সঁচা মহাজ, সুধিবলৈ গলে পৰ-ৰজাই মহাৰাজক দুর্বল