পৃষ্ঠা:সাধনী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আখ। নালীয়া-বাৰু, সেইবােৰ থােৱ।। মেলখনৰ বা কোৱাচোন। কিনে | বিষয়টো আচ কৰা হৈছিল। ১ম, বি-কৈছো নহয়, বলো ভালেখিনি আগ বঢ়া হল। এতিয়া | অফেী উলটি ধৰিলেহে ইব।। নালীয়াৰ আগ বঢ়া হল, তা হল । আৰু উলটিব নালাগে। মই নালিরাই অৰৰপৰা আটাইবােৰ শুনিহৈ আছিলো। এৰা, হয়তো, ৰজা হৈ নাে বাৰু তিৰীৰ চত, জব পায় নে? ২য়, বিএৰা, আমিও তাকেহে কৈছে। নালীয়া ৰজা মানে কি জানে? এয়, বি-বাৰু, কোৱাচোন। নাৰীয়া ৰজা। অর্থাৎ, ৰ আৰু যা। অর্থ, ৰ বুলিলে ৰব লাগিব, আৰু ৰা বুলিলে যাব লাগিব। এনজন ৰজাক আনে ৰোৱাৰ আৰু যোৱাব লাগিলে আৰু থাকি কি? বিঃ সফল।—হয়, হয়, ঠিক ঠিক। নালীয়া-পিচে, ৰা যদি ৰাণীৰ চত, হল, আৰু মন্ত্ৰীৰ মন্ত্ৰ শাৰ তল হল, তেকে ৰক্ষাৰ অৰ্থই গুচিল !-ই জানো? নীতি-সঁচা। ধৰিবলৈ গলে, মনত লাগি যোৱা কথা। উ, এও বিচক্ষণীয়া মানুহ দেও, বহুত কথা ঢুর্কি পায়গৈ । ২, বি -সঁচা মহাত, এওঁ বৰ বুধিয়ক পণ্ডিত মানুহ। ৩য় বি-ৰাজ, এ সপতি হবৰ যোগ। ১ম, বিহাৰাৰ মায়া হলেই হয়। আগৰ সভাপতিটোও সেই যু। মন্ত্ৰীটোৰ নিচিনা আওপকীয়া মানুহ, জানি।। নীতি |~স্বাক, একো ঋথা নাই। কাইলৈ আমাৰ আজ্ঞা নাই খিবা তেওঁ গজ এওঁৰু পাপতি পল হল।