পৃষ্ঠা:সাধনী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় গর্ভাঙ্ক। ৰংঘৰ। | (নীতিপাল আৰু নতুন বিষয়াবর্গ। প্রথম নবিষয় আছে কোন এখেত সমান। দ্বিতীয় ন-বিঃ।নাই, নাই, নাই । তৃতীয় ন-বিঃ -পৃথিবীত এওঁমান নাই নৰপতি। ৰূপ-গুণ গৌৰত নাই সমতুল। ১৯, নবিভাগৱন্ত জন! ২য়, ন-বিঃ দেখোতেই ভাগ্যধৰ। ৩, নবি মহলেনাে অচিতে পায় ৰাজভােগ ? ভাগত থাকিলে ভোগ মিলেহি আপুনি । মিছাতে যতন কৰে, দুৰ্ভগীয়া নৰে । নীতি বহি খোৱা বেয়া ৰীতি, মন্ত্রীপদেশ। শাস্ত্রে কয়, ৰাজলক্ষ্মী নাখাকে ৰাজত, ৰজাই নয় যদি ৰাজ্যৰ নিৰে। ৩য়, নবিঃ-ঈর্ষা ভাবে বৃদ্ধমন্ত্রী কৰিছে বলিয়া; বাকী নাই বুজিবৰ অলেজৰ তাৰ। আজি ৰাতি ৰা হব খােলে আগৰ। ২৪, রবিঃ=ােন অতি। মহাজে ব্যয় অলি কাৰ্য লৰ, বিষয় লগিছে কি?