পৃষ্ঠা:সাধনী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। দেখে যেন লাগিলেও কাণেৰে মুণ্ডনা হওঁ। যাহে যাও, ওচৰ নাপাওঁগৈ । এই পালেহি, এই নাই! শুনিলো বাহিৰত, বাজিছে অত। উঃ ! তাৰ চোৱ-চেৱে কনেকৈ নাচিছে বুকুখন মােৰ । ইয়াকেহে পণ্ডিতে হিয়াত-লগা বুলি কয় হবা? আমাতেই ইমান, আমাৰ নৰজা নিতাইত, শ্রীবিষ্ণু! নীতিপালিত ভালকৈয়ে ইয়াৰ টোপল পৰিছে চাগৈ। আমাৰ নজা নিতে গীত-নাচতে মজি থাকে বুলি কোৱাকুই কৰা শুনো, এ, আমিয়েইচোন ৰব নােৱাৰে।। গীত-নাত কিবা যাদু আছে হব ? ধি হওক, বায়নৰ ডেকাই তেও এইটো ভাল বুধি উলিয়াইছে; গীত-নাচৰ জালেৰে নধৰিলে আজিকালি আমাৰ হিনিৰ নিতাই-বান্ধক লগ ধৰাই টান হৈছে। উ, কটা, কেনে অণকাৰী। বােলে যাৰ যত শাক-সেন্দুৰ, তাক পাতে কোৰ এষ। এই নালী। নােহােৰা হলে ভােকোন্দৰ পিতে নিয়ে সম্বৰত সাধনী আইদেউক পাই ভালকৈয়ে আজি নীতিপাল ৰজা হলহেঁতেন । সেই দিন হলে নালীয় ককাই নইলে আগকে নেড়ে । এতিয়া আলীয়াক দেখিলেও নিচিনতে পৰিল। ব্রা, মই নালীয়াহে হওঁ বদি, আকৌ দিম চিনাকি; খুৰাম ৰাজপাট । হেঁঃ-চে কিন্তু ধৰি থৈছে। মােকে। ৰাজসজ্ঞাত বিষয় এখন নিৰ বােলা আছে। আগৰ মন্ত্রী বিষয়া তো এতিয়া নাই; সােমাই লবলৈ পালে নাণীয়াকৈ বিথৈনীয় মন্ত্রী গুলাব নালাগে দেখোন। বাৰু। প্রস্থান।)