পৃষ্ঠা:সাধনী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ সাধনী। লতিলে যি পিতৃপণ অসাধ্য সাধি, ৰাখিলে বি পিতৃনাম ঘােৰ শঙ্কত, সিজন সামান্য নােহ মোৰ বিচাৰত ;- আৰাধ্য দেৱ তেওঁ আজি হতে মােৰ। পিতৃধর্ম, পিতৃ-কৰ্ম্ম, পিতৃ-গুণ-মান শৰীৰৰ ৰক্ত-মাংস মােৰ। সেই ধৰ্ম্ম, সেই কর্ম, সেই গুণ-মান ৰাখিলে যি, তাত পৰ শ্ৰেষ্ঠ জন এই সংসাৰত নধৰে মনত মােৰ। | { মালা পিন্ধাৰলৈ আগ বাড়ে। সভাসদ।ক্ষান্ত হােৱ নৰা কুঞ্জন। সাধনী।—পি উঠি। ক্ষান্ত হয়। ক্ষান্তৰ কাৰণ মই নেদেখে। সমূলি। কি বুলি কুজন বােলা এনে সুজন, ৰাখিলে যি পুলাপৰ পিতৃ-দেৱতাৰ, ৰাখিলে ধৰম দেই ধৰ্মৰাজনৰ। ধনী হােক, দীন হােক, চাল কপি, কুৰপৰ আৰ্থি আৰু অতি অঞ্জন হয় যদি সেই এন, ৰৰিলোঁ তথাপি। ( মল পিন্ধায়। সকলোৱেহৰি হৰি। প্রতে। কি কাম কৰালা তুমি ।