পৃষ্ঠা:সাধনী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪ সাধনী। নলীয়া।—নিতাই! নিতাই।-ককাই। নলীয়া-ওঁ, ভালকৈ টোৱাই লৈ দে মাৰি । নিতাই।-বাৰু তেন্তে, চাবি দেই ককাই! (কঁড় মাৰি কেৰ্কেটুৱা শালি মাটিত পেলাম। [ সকলো স্তম্ভিত! সা জঁয় পৰিল !! ধর্ম --বিধিৰ লিখন হঁায় ! {মোন)। মন্ত্রী।--মায় খণ্ডন ! (যৌন)। {বৰমালা লৈ সখীৰে সৈতে সাধনীৰ প্ৰৱেশ ) সাধনী।--চোৱ। পি, মন্ত্ৰীৰৰ, আৰু যত দর্শক-মণ্ডলী। চোৱ। সবে, বৰে। এবে স্বামী-গুৰু ধৰ্মসাক্ষী কৰি। দিয়া আশীৰ্ব্বাদ। (নিতাইক মালা পিন্ধাবলৈ যায়} সভাসদ।-কি কৰা! কি কৰা !! সাধনী।-বৰো স্বামী-গুরু। সভাসদ।কাক স্বামী বােলা তুমি ! সাধনী।ভিল যি পণ। সভাসদ-সামন্য কঁাড়ীৰ লৰা, ফাকানি পিন্ধা। বৰমালা দিবা তাকে? কি ভ্ৰম তোমাৰ সাধনী। মোৰ! কিবা কোৱা সভাসদ হেৰা ? গেথি আছে বহনে আপােন চকুৰে,