পৃষ্ঠা:সাধনী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ সাধনী। ধৰ্ম্ম হওঁ গৰাকী আমি বাঞ্ছা পূৰাবৰ। বাঞ্ছাৰ গৰাকী যি, সুর্জেত বাঞ্ছাৰ-কৃতজ্ঞতা আমাৰ তেৱে অধিকাৰী। কলা সঁচ, কিন্তু, না, নাৰীৰ গৰাকী নৰ ঈশ্বৰ নৰৰ ; সৰ শলাগ মােৰ নাৰী অন্তৰৰ, যাব যথাঠাই তোমাৰ চৰণ চুই। “ঈশ্বৰে যি কৰে, ভাল মানুহ-কাৰণে, —তালে যেন ফলিয়ায়। ধৰ্ম্ম-বিছা তাকেহে মমো। ইচ্ছাময়ে কৰে ইচ্ছা, কাল তাৰ ফলিয়ায় মানব্রত। ইয়ো এক জানা, তাৰে অভিনয়। (লিগিৰীৰ প্ৰৱেশ ) লিপিৰ মহাৰাজ | মন্ত্রীবৰে পাচিছে দুৱৰী। ধৰ্ম্ম-মিলিব সাক্ষাৎ লিগিৰীষিবা আল্লা মহাৰাজ ! ( লিগিৰীৰ স্থান ) ধর্ম –যাও আমি পার্তোগই সয়ৰ সভা। চাপিছেহি মন্ত্রীব যথা সময়ত। (ৰজাৰ প্রস্থান)