পৃষ্ঠা:সাধনী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। নিতাই।—কিয়? কিয় ? মােৰ মৃক্ষে খা, কচোন, ক। নালীয়া।—সয়দ্ধৰৰ গােন্ধত বিট-শগুণ নয়াদি কোনোবা এজন নামিহি বুলি ভাখিছিলোঁ আৰু কিয় ? নিতাই।—কি সয়ম্বৰ? সীতা-সয়ৰ নে? নাশীয়া।বক হব এখন সয়ম্বৰ, আহিবিচোন। নিতাই, আহিম তো কোটো নামঘৰত পাতিছে ককাই । নাৰীয়া নামঘৰত নহয় বলিয়া!—সেই শদিয়া মৈদামৰ কাষত ৰভা | দি পতা হব সয়ম্বন। নিতাই আজি ৰাতিয়েই হব নে ? নদীয়া-ৰাতি নহয়, দিনত হে। নিতাই।-ঔ আই। দিনত নো সয়ম্বৰ পাতে নে? কোন দেশত | দেখিছু এনে কথা ! নাৰীয়া--এই দেশতে দেখিবি । বাৰু আহিবিচোন। নিতাই।-- আহিম বুলিছে৷ নহয়, আহিম। পিছে, কাহানিকৈ নো পাতিছে সয়ম্বৰ ভাওনাখন? লালীয়া বাৰু, আহিবি; পৰহিলৈ দুপৰীয়া সেই মৈদামৰ কাষলৈকে আহিবি দেই। নিতাই বাৰু, আহিম দেই। অঃ, এনে কথা আছে নে? অথৰ দিওঁতে বতৰা পোৱা হলে তাও এটাও লব পাৰিলােহেঁতেন নহয় ! নাশীয়া।—কে। কথা নাই, আখৰালৈ নহাকৈও ভাও দিব পৰা হব। তই বাৰু তোৰ ধেনু-কাভুজোৰ লগত লৈ আহিবিচোন। নিতাই।—ধে-ঝাড়ওঁ, আনিব পাৰিম তো । মই সিবৈছা তুলিন চুবুৰীৰ নামঘৰত পতা সয়ম্বৰত ৰখুমণ হৈছিলো নহয়। সেইজাৰ কঁাধেনুৱেই আছে।