পৃষ্ঠা:সাধনী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। ২৭ ••• - - -= = == -- -- --- -- - + - --" সাধনী।--কিযে সুললিত! | শুনিহে থাকিম যেন। শান্তি। শুনি থাকা, গাই থাকে, এৰে। আন কাম! সাধনী - সখি ! নাপাৰা আমনি। শান্তি নাই পোৱা সখী। কিন্তু এটা কথা; মন কৰি আছো মই দিন চাৰি পৰা, সঙ্গীতত আতিকই বাঢ়িছে ধাউতি তৱ বেলেগ বেগেৰে। সাধনী। সঁচা সখি ! সঙ্গীতত বাঢ়িছে ধাউতি। কিন্তু কিন্তু, কিবা ভাবে, টানিছে কই, নােৱাৰে। বখানি কব! যি গবে টানিছে এই বিশ্ব-ব্রহ্মাণ্ডক শূন্যে শূন্যে তুলি, সেই ভাবে টানে মােৰো ক্ষুদ্র হৃদয়ক কি জানো কলই! নাথা। যেতিয়া তুমি, মুশুনে সঙ্গীত, তেতিয়া চাপেহি কাষ, কৰেহি আমনি, অন এটি ভাবে ধৰি। নােৱাৰে। ফুটাৰ তাৰো আধা ফুটা ভাব; কিবা নাই, কিবা লাগে, মুখুজো আপুনি; কৰে মন উল-থুগুল। সিটি ভাব পৰগৰ; ইটি মৰতৰ। দুয়ো যেবে এৰু লগে কৰে নাটনি, তোলপাৰ হৃদয়ত কিমে কেনে কৰে, সাধ্য নাই