পৃষ্ঠা:সাধনী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। কুণ্ড যেনে উপচি পানীৰে আহে বই শ-দিয়া বুৰাই ; হৃদিকুণ্ড ফুটি মােৰে। বইছে আবেগ—বেগ হিয়া ওপচাই শুনি তৰ মধুৰ ৰাগিনী। গােৱ! সখি ! গোৱা আৰু এটি। শান্তি লাগিছে ভাগৰ, সখি । সাধনী।এটি হলে হব, আৰু নকৰো আমনি। শান্তি --ভাল বাৰু, এটি মার্থে ; নধৰিব আৰু গীত। | যােগিয়া-একতালা। প্রেম ফুটলে, ক্ষণ নিমিলিলে, হিয়াতে হেঁপাহ পলায় অই ! ( হায়ণ আশাটিয়ে, গােপনতে ভাহে, গোপনুতে মাৰ যায় অই ৷ এই ৰে সংসাৰ, এই সংসাৰৰ কেওঁ প্রেমৰ মহিমা নাপায়, এই সংসাৰে প্রেম বিলাওঁতে ঢুকায় ;- য'ত আছে হয়, নিতে প্রেম দিয়া-দিয়ি, ততে গই প্রাণ জুৰায় অই। (ক্ষন্তেক নীজ)।