পৃষ্ঠা:সাধনী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ সাধনী। ধ। দিন ধার্য কৰা হােক যথাবিধিমতে। মন্ত্রী - পণ্ডিতৰ বাৰ সিটো, কৰিৰ পণ্ডিতে।। পণ্ডিত চিন্তা নাই মন্ত্রীব, অৱশ্যে কৰিম। ধৰ্ম্ম- ভাল কথা, আজিলই এৰে ইমানতে। (সকলোৰে প্ৰস্থান।)