পৃষ্ঠা:সাধনী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধন। ধৰ্ম্ম । ক্ষান্ত হােৱ।। নহয় সময় ইটো ৰং-ধেমালিৰ। কৰা স্থিৰ,কিবা ৰূপে সাধিব সকাম। মস্ত্রী - চিন্তা নাই মহাৰাজ ! কৰিম যুগুত দিহা পৰ্শ-বেষণা ; সদউ ৰাজ্যত প্ৰচাৰিত হয় যাতে আজি-কালিতেই। ধ । । নহব নে প্রচাৰিত স্বর্ণ, ৰত্ন, কাম আৰু সৌমাৰ পীঠত সম্বৰ পণ । মন্ত্রী নহর সময় তাৰ। দীর্ঘকাল প্রাণীক্ষা নহব সম্ভৱ। ক্ষু জীৱ খটকা যদিহে হোয়, ঘটিব প্রমাদ ! সভাপদ।—চা, হব সৰ্ব্বনাশ! ধৰ্ম্ম- কি হব উপায় ? পণ্ডিত | উপায় অৱশ্যে হব। ভীষ্মক ৰজাৰ যেনে মহা শঙ্কত, ঘটালেহি কৃষ্ণে আহি ৰুক্মিণী-হণ, তদ্রুপ ওলবি কোনাে বিপদ-তাৰণ যথা সময়ত। ধর্ম।- বি কৰে ঈশ্বৰে। মন্ত্রী - ঈশ্বৰে ভালকে কৰে।